DhekiDhemaji

Dhekiakhowa Bornamghar (English) [ IPA: Dhekiakhowa Bornamghar ASM: ঢ়েকিয়াখোৱা বৰনামঘৰ]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-10-03
1. Ekasarana Dharma(Proper Noun-Neuter) one of the famous Bor namghar (place of worship) in Assam, established by saint-reformer Madhabdev in 1461. It is located at Dhekiakhowa village of Jorhat, 3.5 km away from National Highway 37. Now this Bor namghar has 11 bighas of land, an auditorium of its own. The devotees of Assam donate freely to this namghar and due to their helping hand, the managing committee of namghar works a lot of social and cultural welfares. Almost 450 years old ,this namghar has been playing an important role in the exercise of Baisnav Religion and unity for the people of Assam. অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ পূবত ঢেঁকীয়াখোৱা বৰ নামঘৰ অৱস্থিত৷ জনশ্ৰুতি অনুসৰি প্ৰায় ৪৫০ বছৰৰ আগতে মহাপুৰুষ মাধৱদেৱে এই নামঘৰ প্ৰতিষ্ঠা কৰিছিল৷ মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল, যিগছি বন্তি সুদীৰ্ঘ চাৰে চাৰিশ বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে৷ নামঘৰটোৰ মুঠ মাটিকালি ১১ বিঘা৷ ভাদ মাহত ঢেঁকীয়াখোৱা বৰ নামঘৰ মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে৷ প্ৰতি বছৰে ভাদ মাহত ইয়াত চাৰি প্ৰসংগীয়া পালনাম অনুষ্ঠিত হয়৷ অগণন ভক্তৰ সমাৱেশ হয়৷